PURANI JATIYA VIDYALAYA, MANDIA

Near Mandia H S School Field, Barpeta, Assam-781308

puranijatiyavidyalaya@gmail.com 8399009271

S,S C 1

প্রশ্নঃ বংগ বিভাজন কার্যকৰী কেতিয়া হৈছিল?

(ক) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ অক্টোবৰত

(খ) ১৯০৪ খ্ৰীষ্টাব্দৰ ১৫ অক্টোবৰত

(গ) ১৯০১ খ্ৰীষ্টাব্দৰ ১১ অক্টোবৰত

(ঘ) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত

উত্তৰঃ (ঘ) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত

প্রশ্নঃ স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্রকাশ হৈছিল?

(ক) অৰুণাদেয়            (খ) বাঁহী

(গ) যুগান্তৰ                  (ঘ) বন্দিনী ভাৰত

উত্তৰঃ (গ) যুগান্তৰ

প্রশ্নঃ পূর্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল?

(ক) কাছাৰ               (গ) কলকাতা

(খ) শ্বিলং                  (ঘ) ঢাকা

উত্তৰঃ (ঘ) ঢাকা

প্রশ্নঃ কোনজন ব্যক্তিক বৃটিছ চৰকাৰে ‘নাইটহুড’ উপাধি দিছিল?

(ক) শৰৎ চন্দ্ৰ                  (খ) বঙ্কিমচন্দ্র

(গ) ৰবীন্দ্ৰনাথ ঠাকুৰ         (ঘ) প্রফুল্ল চন্দ্ৰ

উত্তৰঃ (গ) ৰবীন্দ্ৰনাথ ঠাকুৰ

প্রশ্নঃ ‘যুগান্তৰ’ পত্রিকাখনৰ সম্পাদক কোন আছিল?

(ক) লক্ষ্মীনাথ বেজবৰুৱা           (খ) ভূপেন্দ্রনাথ দত্ত

(গ) অম্বিকাগিৰি ৰায়চৌধুৰী         (ঘ) আচার্য প্রফুল্ল চন্দ্ৰ ৰায়

উত্তৰঃ (খ) ভূপেন্দ্ৰনাথ দত্ত

প্রশ্নঃ ‘বন্দিনী ভাৰত’ নাটকখনৰ লেখক কোন?

(ক) হেম চন্দ্ৰ বৰুৱা          (খ) অম্বিকাগিৰি ৰায়চৌধুৰী

(গ) ভূপেন্দ্রনাথ দত্ত          (ঘ) আচার্য প্রফুল্ল চন্দ্ৰ ৰায়

উত্তৰঃ (খ) অম্বিকাগিৰি ৰায়চৌধুৰী

প্রশ্নঃ অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল?

(ক) ৫৬ নিযুত          (খ) ৫০ নিযুত

(গ) ৫৪ নিযুত           (ঘ) ৫২ নিযুত

উত্তৰঃ (গ) ৫৪ নিযুত

প্রশ্নঃ ‘বন্দে মাতৰম’ গীতটোৰ ৰচক কোন আছিল?

(ক) ৰবীন্দ্ৰনাথ ঠাকুৰ       (খ) শৰৎ চন্দ্ৰ

(গ) বঙ্কিমচন্দ্র চেটার্জী      (ঘ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ (গ) বঙ্কিমচন্দ্র চেটার্জী

প্রশ্নঃ কোন চনত মুছলিম লীগ গঠন কৰা হৈছিল?

(ক) ১৯০৫ চনত             (খ) ১৯০৬ চনত

(গ) ১৯০১ চনত               (ঘ) ১৯০৭ চনত

উত্তৰঃ (খ) ১৯০৬ চনত

প্রশ্নঃ লর্ড মিন্টোৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল?

(ক) উইলিয়াম ৰাজন      (খ) লুচি কেৰল

(গ) ছাৰ এ. ঠি অৰুণ       (ঘ) কর্ণেল ডানলপ স্মিথ

উত্তৰঃ (ঘ) কৰ্ণেল ডানলপ স্মিথ

প্রশ্নঃ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কোন খ্রীষ্টাব্দত কাছাৰ ইংৰাজৰ অধীনলৈ যায়?

(ক) ১৮৩৪ খ্রীষ্টাব্দত        (খ) ১৮২৭ খ্রীষ্টাব্দত

(গ) ১৮৩২ খ্রীষ্টাব্দত         (ঘ) ১৮৩১ খ্রীষ্টাব্দত

উত্তৰঃ (গ) ১৮৩২ খ্রীষ্টাব্দত

প্রশ্নঃ মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনলৈ যায়?

(ক) ১৮৩৯ খ্রীষ্টাব্দত         (খ) ১৮৩১ খ্রীষ্টাব্দত

(গ) ১৮৩৪ খ্রীষ্টাব্দত         (ঘ) ১৮৩২ খ্রীষ্টাব্দত

উত্তৰঃ (ক) ১৮৩৯ খ্রীষ্টাব্দত

প্রশ্নঃ ৰবীন্দ্রনাথ ঠাকুৰে কোনটো বস্ত্র প্রতিষ্ঠান গঢ়ি তুলিছিল?

(ক) বেংগল প্রতিষ্ঠান  (খ) স্বদেশী ভাণ্ডাৰ

(গ) স্বদেশী বস্ত্র প্রতিষ্ঠান    (ঘ) বেংগল বস্ত্র উদ্যোগ

উত্তৰঃ (খ) স্বদেশী ভাণ্ডাৰ

প্রশ্নঃ তলৰ প্ৰশ্নটোত দাবী (A) আৰুকাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। HSLC ’25

দাবী (A): ভাৰতত হোৱা স্বদেশী আনেন্দালনে থলুৱা সা-সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিব বিচাৰিছিল।

কাৰণ (R): স্বদেশী আন্দোলনে প্রধানতঃ ব্ৰিটিছৰ কৰ-কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্রতিবাদ কৰাক লক্ষ্য কৰি লৈছিল।

(ক) (A) আৰু (R) উভয়ে সত্য, আৰু (R),

(A) ৰ শুদ্ধ ব্যাখ্যা

(খ) (A) সত্য, কিন্তু (R) অসত্য        (গ) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R),

(A) ৰ শুদ্ধ ব্যাখ্যা নহয়                   (ঘ) (A) অসত্য, কিন্তু (R) সত্য

উত্তৰঃ (গ) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

প্রশ্নঃ “স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু আমি তাক পামেই” উক্তিটো কাৰ?

(ক) বালগংগাধৰ তিলক      (খ) মহাত্মা গান্ধী

(গ) প্রফুল্ল চন্দ্ৰ ৰায়             (ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ

উত্তৰঃ (ক) বালগংগাধৰ তিলক

প্রশ্নঃ স্বদেশী আন্দোলনৰ সময়ত কোনে ‘বন্দে মাতৰম’ ধ্বনি প্ৰচাৰ কৰিছিল?

(ক) লাল-বাল-পাল ত্রয়ী            (খ) মহাত্মা গান্ধী

(গ) নেতাজী সুভাষ চন্দ্র বসু       (ঘ) চন্দ্ৰশেখৰ আজাদ

উত্তৰঃ (ক) লাল-বাল-পাল ত্রয়ী

প্রশ্নঃ ১৯০৬ চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ শাসক কোন?

(ক) লর্ড হেষ্টিংচ       (খ) লর্ড কার্জন

(গ) লর্ড কর্ণৱালিছ     (ঘ) লর্ড মিন্টো

উত্তৰঃ (ঘ) লর্ড মিন্টো

প্রশ্নঃ বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্রহণ কৰা হৈছিল?

(ক) জাতীয় কংগ্ৰেছৰ দ্বাবিংশ অধিৱেশনত

(খ) জাতীয় কংগ্ৰেছৰ একাদশ অধিৱেশনত

(গ) জাতীয় কংগ্ৰেছৰ ত্রয়োবিংশতিতম অধিৱেশনত

(ঘ) জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনত

উত্তৰঃ (ঘ) জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনত

প্রশ্নঃ বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠান কেতিয়া গঠন হৈছিল?

(ক) ১৯০৬ চনৰ ১০ মার্চত       (খ) ১৯০৫ চনৰ ১০ মার্চত

(গ) ১৯০৪ চনৰ ১০ মাৰ্চত        (ঘ) ১৯০৬ চনৰ ১১ মার্চত

উত্তৰঃ (ক) ১৯০৬ চনৰ ১০ মাৰ্চত

প্রশ্নঃ স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল?

(ক) ২২ টা         (গ) ২১ টা

(খ) ২৪ টা           (ঘ) ২৩ টা

উত্তৰঃ (ঘ) ২৩ টা

প্রশ্নঃ কোন চনত ‘মুছলিম লীগ’ৰ কাৰ্যালয় লাহোৰলৈ স্থানান্তৰ কৰা হৈছিল?

(ক) ১৯১৩ খ্রীষ্টাব্দত          (খ) ১৯১০ খ্রীষ্টাব্দত

(গ) ১৯০৭ খ্রীষ্টাব্দত           (ঘ) ১৯১৫ খ্রীষ্টাব্দত

উত্তৰঃ (খ) ১৯১০ খ্রীষ্টাব্দত

প্রশ্নঃ বংগ বিভাজন সংঘটিত হয়….. দিনত?

(ক) লর্ড কার্জন         (খ) লর্ড নাথালিয়েল কার্জন

(গ) এডুফেজাৰ         (ঘ) লর্ড মিন্টো

উত্তৰঃ (খ) লর্ড নাথালিয়েল কার্জন

প্রশ্নঃ ‘United Bengal Force’ কেতিয়া স্থাপিত হৈছিল? HSLC ’23

(ক) ১৯০৪ চনত         (খ) ১৯০৫ চনত

(গ) ১৯০৬ চনত         (ঘ) ১৯০৭ চনত

উত্তৰঃ (খ) ১৯০৫ চনত

প্রশ্নঃ ‘ডি ডন’ পত্রিকাখনৰ সম্পাদক কোন আছিল?

(ক) নবীন চন্দ্র           (খ) সতীশচন্দ্র মুখাপোধ্যায়

(গ) শৰৎ চন্দ্ৰ             (ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ

উত্তৰঃ (খ) সতীশচন্দ্ৰ মুখাপোধ্যায়

প্রশ্নঃ ১৯০৫ চনৰ বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল?

(ক) লর্ড মিন্টো            (খ) লর্ড ডেলহাউচি

(গ) লর্ড কার্জন            (ঘ) লর্ড হার্ডিঞ্জ

উত্তৰঃ (গ) লর্ড কার্জন

প্রশ্নঃ সাম্প্রদায়িক বাটোৱাৰা ঘোষাণা কৰা বৃটিছ প্রধানন্ত্রীজন আছিল?

(ক) ক্লিমেন্ট এটলি                (খ) উইনস্টোন চার্চিল

(গ) ৰামছে মেকডুনাল্ড          (ঘ) থেৰেছা মেই

উত্তৰঃ (গ) ৰামছে মেকডুনাল্ড

প্রশ্নঃ ৰামকৃষ্ণ মিছনৰ প্রতিষ্ঠাতা আছিল? HSLC ’19

(ক) স্বামী দয়ানন্দ সৰস্বতী            (খ) স্বামী বিবেকানন্দ

(গ) ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ              (ঘ) ৰাজা ৰামমোহন ৰায়

উত্তৰঃ (খ) স্বামী বিবেকানন্দ

প্রশ্নঃ মুছলিম লীগ গঠনত সহায় কৰা বৃটিছ প্রশাসকজন আছিল? HSLC ’17

(ক) লর্ড মিন্টো              (খ) লর্ড কার্জন

(গ) লর্ড কর্ণৱালিচ          (ঘ) লর্ড ৰিপন

উত্তৰঃ (ক) লর্ড মিন্টো

প্রশ্নঃ বংগ বিভাজন কাৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছিল? HSLC ’17

(ক) লর্ড ক্যানিং           (খ) লর্ড লিটন

(গ) লর্ড কার্জন            (ঘ) লর্ড ৰিপন

উত্তৰঃ (গ) লর্ড কার্জন

প্রশ্নঃ ‘স্বদেশী সমাজ’ গঠন কর্তা কোন আছিল?

(ক) অশ্বিনী কুমাৰ দত্ত      &n

No upcoming events found